অসমৰ জাতীয় সংগীত, অসমৰ জাতীয় উদ্ভিদ, অসমৰ জাতীয় শ্লোগান, অসমৰ জাতীয় সংগীত, অসমৰ জাতীয় পক্ষী, অসমৰ জাতীয় জন্তু, অসমৰ জাতীয় মোহৰ, অসমৰ জাতীয় সভা Names and photographs of national symbol of Assam

➢ এই পৃষ্ঠাখনত অসমৰ জাতীয় প্ৰতিক সমূহৰ নাম আৰু আলোকচিত্ৰ সমূহ প্ৰকাশ কৰা হৈছে।

Names and photographs of national symbol of Assam.

অসমৰ জাতীয় সংগীত হৈছে: অ’ মোৰ আপোনাৰ দেশO my dearest country
অসমৰ জাতীয় শ্লোগানটোৰ নাম হৈছে: জয় আই অসমHail mother Assam
অসমৰ জাতীয় নৃত্যৰ নাম হৈছে: বিহু নৃত্য    Bihu Dance 
অসমৰ জাতীয় জন্তুটোৰ নাম :  এশিঙীয়া  গঁড়   One Horned Rhinoceros
অসমৰ জাতীয় ফুল হৈছে:   কপৌ        ফুল   Foxtail Orchids 

 অসমৰ জাতীয় উৎসৱ হৈছে :  বিহু ( বছৰী তিনিবাৰ)     Bihu    
অসময জাতীয় পক্ষী হৈছে :দেও হাঁহ White-winged Wood Duck
অসমীয়া জাতীয় উদ্ভিদ হৈছে :  হোলোং 
 বৃক্ষ  
Dipterocarpus macrocarpus
 অসমৰ ৰাজ্যিক সাহিত্য সভা হৈছে:অসম সাহিত্য সভাAssam Literary Society
অসমৰ ৰাজ্যিক মোহৰ হৈছে: অসম চৰকাৰGovernment of Assam

অ মোৰ আপোনাৰ দেশ।

বিহু নৃত্য

অসমৰ ৰাজ্যিক জন্তু

ৰাজ্যিক ফুল

অসমৰ জাতীয় উৎসৱ

অসমৰ জাতীয় পক্ষী

অসমৰ জাতীয় উদ্ভিদ

অসমৰ জাতীয় শ্লোগান

অসম সাহিত্য সভা

অসমৰ জাতীয় মোহৰ

Previous Post Next Post