অসম বুৰঞ্জী কেইটা চমু প্ৰশ্ন আৰু উওৰ। Assam History quality Answers.

Assam history question Answers


1. কামৰূপত পোন প্রথমে কোন ৰজাই শাসন কৰিছিল ? 

উওৰ : মহীৰঙ্গ দানৱ । (ক্ষ: পূ: ১৭০০ চনত)

2. বর্মন বংশৰ প্ৰতিস্থাতা কোন?

উওৰ: পুষ্য বর্মন।

3. হিয়োনচাং কেতিয়া আৰু কাৰ দিনত আহিছিল ? কামরূপ ভ্রমণ কৰিবলৈ ?

উওৰ: ৬৪৩ চনত ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ।

4. বামুণী কোঁৱৰ বুলি কাক জনা যায়? 

উওৰ: চুডাংফা ।

5. ৰাম সৰস্বতীয়ে কোন বজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উওৰ:  দুর্লভ নাৰায়ণৰ । 

6. 'প্রহ্লাদ চৰিত্র' গ্ৰন্থৰ ৰচক কোন ? 

উওৰ:  হেম সৰস্বতী।

7. কোনজন আহোম ৰজাই কছাৰী ৰাজ্য দখল কৰিছিল?

উওৰ: চুহুংমুং বা দিহীভীয়া ৰজাই 

৪. কাছাৰৰ পুৰণি নাম কি আছিল?

উওৰ হিড়িম্বা ।

9. টুং সুভীয়া বুৰঞ্জী কোনে লিখিছিল ? 

উওৰ : শ্রীনাথ বৰবৰুৱাই।

10. সমুদ্রগুপ্তৰ সমসাময়িক ৰজাজনৰ নাম কি?

উওৰ: পুর্য্যবর্মন ।

11. মহাবাজাধিৰাজ উপাধি গ্রহণ কৰা ৰজাজন কোন ?

 উওৰ:  পুর্য্যবর্মণ ।

12. কোন জন ৰজাই মানুহ আৰু জীৱ-জন্তুৰ বাবে চিকিৎসা ব্যৱস্থা কৰিছিল 

উওৰ:  নৰনাৰায়ণে।

13. জয়ন্তীয়া সকলৰ প্রথম বজা কোন আছিল ? 

উওৰ: পর্বত ৰায় ৷

14. অসমীয়া ভাষাৰ বিস্তৃত ব্যৱহাৰ কাৰ দিনত হৈছিল ? 

উওৰ:  প্রতাপ সিংহৰ দিনত । 


1. অসমৰ পুৰণি নাম কি?

(A) ৰত্নপীঠ     (B) বিদর্ভ     

(C) প্রাগজ্যোতিষ     (D) থানেশ্বৰ

Ans: (C)


2. প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? P

(A) প্রাগজ্যোতিষ        (B) প্ৰাগজ্যোতিষপুৰ

(C) কামৰূপ             (D) ৰত্নপীঠ

Ans: (B)


3. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি?

(A) ভাস্কৰ বৰ্মন       (C) মহীৰংগ দানৱ

(B) ঘটকাসুৰ          (D) চুকাফা

Ans: (C)


4. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? 

(A) ইন্দুমতী      (B) মায়ামতী     (C) লক্ষ্মীবাঈ

(D) বিদৰ্ভ ৰাজকুমাৰী মায়া.

Ans: (D)


5. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

(A) দানৱ     (B) বর্মন

(C) পাল     (D) ভৌম।

Ans: (D)


6. ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্রাজকৰ নাম লিখা?

(A) হিউ-য়েন-চাং         (B) ভাস্ক-ডা-গামা

(C) ফা-হিয়েন।     (D) চন্দ্ৰপল।

Ans: (A)


7. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?

(A) ভাস্কৰ বৰ্মন      (B) কনিষ্ক

(D) হিউ-য়েন-চাং

Ans: (C)


15. মিলাঝাৰীঘাট সন্ধি কেতিয়া আৰু কাৰ মাজত হৈছিল? 

উওৰ:  ১৬৬৩ চনত, জয়ধ্বজ সিংহ আৰু মিজুমলাৰ মাজত হৈছিল। 

16. ৰুদ্ৰসাগৰ পুখুৰী কোনে খঙ্গাইছিল?

উওৰ: লক্ষ্মী সিংহই 

17. কামৰূপ ৰাজ্যৰ নামটো কোনখন শিলালিপিত পোৱা যায় ?

উওৰ: এলাহবাদ শিলালিপি।

18. অসম ৰাজ্যৰ পৰা বিদেশলৈ (চীন দেশলৈ) ৰাজদূত পঠিওৱা প্রথম ৰজা জনৰ নাম কি ?

উওৰ :  কল্যাণ বর্মন।  ন

10. আনেশ্বৰৰ ৰজা কোন আছিল? 

উওৰ: হর্ষবর্ধন । (ৰাজধানী কন্নৌজ)

20. ভাষ্কৰ বৰ্মনে কমনে হিউয়েন চাং ক কি উপহাৰ দিছিল ?

উওৰ: নোমাল টুপী। 

21. ভাস্কৰাব্দ কেতিয়াৰ পৰা আৰম্ভ হয় ?

উওৰ:  খ্ৰীষ্টাব্দ ৫৯৪ ৰ পৰা।

২২. বর্মণ বংশৰ পিছত কোন বংশই কামৰূপত ৰাজত্ব কৰিছিলো 

উওৰ: শালস্তম্ভ ।

23 . শালস্তম্ভ বংশৰ শক্তিশালী ৰজা কোন আছিল 

উপৰ : শ্রী হর্ষ দেৱ ।

24. নেপালৰ ৰজা দ্বিতীয় জয়দেৱে কাক বিয়া কৰাইছিল ?  উওৰ: শ্রীহর্ষদেৱৰ জীয়েক ৰাজ্যমতীক ।

25. শালস্তম্ভ বংশৰ শেষ ৰজা কোন?

উওৰ : বলবর্মন (তৃতীয়) ।

26. পুৰন্দৰ পালে কাক বিয়া কৰায়?

উওৰ: কুণ্ডিল ৰাজ কন্যা দুর্লভাক ।

২৫. পৃথুৰ অন্য নাম কি?

উওৰ:  অল্পেম্বেৰ । তেওঁ জলপাইগুৰিত জল্পেশ্বৰ নামৰ শিৱ মন্দিৰ এটা স্থাপন কৰিছিল)

28. দিল্লীৰ চুলতান কুতুবুদ্দিনৰ সমত কোনে প্রথম কামৰূপ আক্রমণ কৰিছিল? 

উওৰ: বংগ দেশৰ শসনকর্তা মহমদ বিন বখতিয়াৰে ১২০৫-০৬ চনত। 

29. ইটাখুলিৰণ কিমান চনত হৈছিল ?

উওৰ: ১৬৮২ চনত।

30. নগা আলি কোনে নিर्माণ কৰাইছিল? 

উওৰ: চুক্লেংমুঙে।

31. বৰফুকন পদটো কোনজন স্বদেউৰে সৃষ্টি কৰিছিল?

উওৰ:  প্রাপ সিংহই ।

32. বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কাক কোৱা হয় ? 

উওৰ: প্ৰতাপ সিংক।

33. কাৰ দিনত মিৰজুমলাই গড় গাঁও দখল কৰিছিল ? 

উওৰ : জয়ধ্বজ সিংহৰ দিনত ।  (১৬৬২ চন) 

34. উমানন্দ দেৱালয়, কোনে নিমাণ কৰাইছিল ? 

উওৰ:  গদাধৰ সিংহই।

35. ধাই আলি, গৌৰিসাগৰ পখুৰী, শিৱসাগৰ পুখুৰী কোনে নির্মণ কৰাইছিল । 

উওৰ: শিৱ সিহহই । 

36. বৰ ৰজা ফুলেশ্বৰী আৰু ৰানী অম্বিকা কোন আছিল ?

উওৰ: শিৱ সিংহৰ পত্নী ।

3. শিৱদৌল (অসমৰ আটইতকৈ ওখ দৌল) কোনে নিৰ্মাণ  কৰাইছিল ?

উওৰ : অম্বিকাই।

38. শুক্লেশ্বৰ দেৱালয় কোনে নিৰ্মাণ কৰাইছিল ?

উওৰ: প্ৰমও সিংহই ।

39. লতা কটা ৰণ কাৰ দিনত হৈছিল ? 

 উওৰ: ৰাজেশ্বৰ সিংহৰ দিনত।

40. আহোমসকল কি জাতিৰ মানুহ ?

উওৰ: টাই

41. কি পর্বত পাৰ হৈ আহোম সকল অসমত প্রৱেশ কৰিছিল 

উওৰ: পাটকাই । 

42. আহোম সকল পূর্বতে ক'ত বাস কৰিছিল ?

উওৰ:  ব্রহ্মদেশৰ (ম্যানমাৰ) শ্যান প্রদেশত বসবাস কৰিছিল।

43. বামুনী কোঁৱৰ বুলি কাক কোৱা হয়?

উওৰ:  চূড়াংফাক।

44. কোনজন আহোম ৰজাৰ দিনত অসমত প্রথম লোকপিয়াল হৈছিল ?

উওৰ:  চুহুংমং বা দিহিঙ্গীয়া ৰজাৰ দিনত

45, কোনে প্রথম অসমীয়া ভাষাত বুৰঞ্জী লিখিছিল ?  

উওৰ: চুহুংমুড়ে ।

46. কোন স্বৰ্গদেউৱে প্রথম পাইক প্রথাৰ সৃষ্টি কৰিছল ?

উওৰ:  প্রতাপ সিংহই 

47, ৰমণী গাভৰুক কোনে মোগলৰ হাতত দিছিল ? 

উওৰ: জয়ধ্বজ সিংহই (ভগনীয়া ৰজা) 

48. শৰাইঘাটৰ ৰণ কেতিয়া আৰু কাৰ দিনত হৈছিল। 

উওৰ: ১৬৭১ চনত । উদয়াদিত্য সিংহৰ দিনত।

49. আহোমৰ শ্রেষ্ঠ নৃপতি বুলি কাক আখ্যা দিয়া হয়? 

উওৰ: ৰুদ্ৰসিংহক।

50. কাৰেংঘৰ কোনে নির্মাণ কৰাইছিল 

উওৰ:  ৰুদ্রসিংহই কৰাইছিল?

51. মোৱামৰীয়া বিদ্রোহ কিমান চনত হৈছিল ? 

উওৰ:  ১৭১৬ চনত।

52. “হস্তিবিদ্যার্ণব”পুথি কোনো লিখিছিল? 

উওৰ: সুকুমাৰ বৰকাইথে লিখিছিল । ৰাণী অগ্নিকাৰ আদেশত।

53. কুৰুক্ষেত্রৰ যুদ্ধত দুর্যোধনক প্রাগজ্যোতিষপুৰ (অসমৰ পুৰণি নাম)  কোনজন ৰজাই সহায় কৰিছিল?

উওৰ: ভগদত্তই।

54. হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ल?

উওৰ:  দুর্লভনাৰায়ণৰ ।

55. বিজেতা উপাধি কোনে লাভ কৰিছিল ?

উওৰ: হুছেইন ছাহে ।

56. চিলাৰায়ৰ পূৰ্বৰ নাম কি আছিল? 

উওৰ:  শুক্লধ্বজ ।

57. নৰনাৰায়ণৰ পূর্বৰ নাম কি আছিল ? 

উওৰ:  মল্লদেৱ।

58. চিলাৰায়ে কাক বিবাহ কৰাইছিল ?

উওৰ: শংকৰদেৱৰ ভতিজাক কমলাপ্রিয়াক।

59. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ খন ৰণ কি আছিল ? 

উওৰ:  ইটাখুলি ৰণ। গদাধৰ সিংহ আৰু মনচুৰ খাঁৰ মাজত হৈছিল।

60. ৰজা খেদা নগা বুলি কাক জনা যায় ? 

উওৰ: সিন্ধুৰা হাজৰিকাক ।

61. ৰুদ্র সাগৰ পুখুৰী খন্দাইছিল কোনে ?

উওৰ:  লক্ষ্মী সিংহই । 

62. আলাবৈৰ যুদ্ধ কেতিয়া হৈছিল ? 

উওৰ:  ১৬৬৯ চনত।

63. কোনে ব্রহ্মবৈৱর্ত পুৰাণ অসমীয়া ভাষাত অনুবাদ কৰিছিল ? 

উওৰ: কবি ৰাজ চক্রবতীয়ে ।

64. ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত হৈছিল? 

উওৰ: ২৪ ফেব্রুৱাৰী, ১৮২৬ চনত । ইষ্ট ইন্ডিয়া কোম্পানী আৰু মানৰ মাজত হৈছিল ।

65. শদীয়াখোৱা গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল?

উওৰ: চুহুংমুঙে ।

66. পিলী ফুকনক কেতিয়া ফাঁচী দিনা হৈছিল ?

উওৰ: ১৮৩০ চনত।

67. অসম বঙ্গৰ পৰা কেতিয়া পৃথক হৈছিল ? 

উওৰ: ১৮৭৪ চনত।

68. আহোমসকলৰ মুদ্রাৰ আকৃতি কেনেধকাৰ আছিল?

উওৰ: অষ্ট কোণীয়া।

69. বন্ধুকাত অধ্যয়ণ কৰি থাকোঁতে মাধৱদেৱৰ শুৰু কোন আছিল ?

উওৰ: মুকুন্দ অধ্যাপক।

70. কোনে প্রথম বৰটোপৰ (Canon) ব্যৱহাৰ কৰিছিল ?

উত্তৰ: কোঁচ সকলে ।

71. কেতিয়া শ্রীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ? 

উওৰ : ১৪৪৯ চনত হৈছিল।

72, কোনজন আহোম ৰজাৰ দিনত মুড়াত সংস্কৃত ভাষা ব্যবহাৰ কৰিছিল ?

উওৰ:  ৰুদ্ৰ সিংহই।

73. ৰজা বিশ্ব সিংহৰ পিতৃৰ নাম কি আছিল ?

উওৰ: হাৰিয়া মণ্ডল।

74. ৰঘুদেৱ কাৰ পুত্ৰ আছিল? 

উওৰ : চিলাৰায়ৰ ।

75. 'নৰনাৰয়াৰ কেতিয়া মৃত্যু হৈছিল?

উওৰ : ১৫৮৭ চনত।

76. কোঁচ সকলৰ মুডাৰ আকৃতি কেনেকুৱা আছিল?

উওৰ: গোলাকৃতিৰ ।





Previous Post Next Post