পোন প্ৰথমবাৰ জুবিন গাৰ্গৰ সকলো কথা।


এজন জুবিন অনুৰাগী হোৱা ৰ আগত তলৰ কথা কেইটা জনাটো অতিকৈ আবশ্যক ।

জুবিন গাৰ্গ ৰ প্ৰকৃত নাম - জুবিন বৰঠাকুৰ

 (নামক লৈ বিতৰ্ক কৰা সকলক উদ্দেশ্যি কৈছোঁ, জুবিনৰ নাম জুবিনেই। দেউতাক মোহিনী মোহন বৰঠাকুৰে (কপিল ঠাকুৰ) তেখেতৰ প্ৰিয় সংগীতজ্ঞ জুবিন মেহতাৰ নামটো ইচ্ছাকৃত ভাবে নিজৰ লৰাৰ বাবে ব্যৱহাৰ কৰাৰ কথা নিজেই স্বীকাৰ কৰিছে )

জুবিন গাৰ্গৰ পিতৃৰ নাম- মহিনী মোহন বৰঠাকুৰ ।
মাতৃৰ নাম- ইলি বৰঠাকুৰ ।
ভগ্নীৰ নাম- জংকি বৰঠাকুৰ , পামী বৰঠাকুৰ ।
জুবিন গাৰ্গৰ জন্ম - ১৮ নবেম্বৰ ১৯৭২ তুৰা মেঘালয়ত।
ঘৰ-যোৰহাটত ।
বতৰ্মান থাকে গুৱাহাটী খাৰঘূলি ।
বিবাহ - গৰিমা শইকীয়া 
৪ ফেব্ৰুৱাৰী ২০০২

পুৰস্কাৰ সমূহ -
1.BFJA Award , 2005
2.Stardust Awards, 2006
3.Global India Film Awards 2007
(এ আলি)

4.National Flim Award (Rajat Kamal) 2009 শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা
5. Prag Cine Awards, 2015
শীৰ্ষক গীত (অহেতুক) 
আৰু ৰদৰ চিঠি ৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটাৰে সন্মানিত ।
❤আকৌ এবাৰ জয় জুবিন 😍

কিবা অশুদ্ধ হয় থাকিলে শুধৰাই দিব।
ধন্যৱাদ 🙏
    ✒ পাৰ্থ বৰা


বিতৰ্কিত জুবিন গাৰ্গ :
যাৰ কোনো নিজৰে ঠিকনা নাই, সি আকৌ আনক সমালোচনা কৰে,,,, হেৰৌ চুলি দীঘল কৰি, ছোৱালীৰ দৰে কাণফুলি পিন্ধা দিনৰে পৰা কিছুমানৰ জুবিনৰ লগত বিতৰ্ক। কোনোবাই পাগল, কোনোবাই মদকী,,,,তেওঁ নিজৰ কৰ্ম আৰু স্থিতিৰ পৰা কিবা পৰিবৰ্তন হোৱা দেখিছ জানো,,কি দাল পাৱ অ'। নিজৰ কাম কৰি আগুৱাই গৈ হে আছে।। এনেই পাই কি এইচবে ।। জুবিনে কিবা শব্দ ক'লেও কিন্তু কাইলৈও তেওঁ মঞ্চত জুবিনেই। "#বাতি_ভৰাই_চিৰা_খাবি " দৰে গীতেও সেই তেতিয়াৰ জুবিনকে ল'ৰাব নোৱাৰিলে, এতিয়া কেইটামানৰ কুটকুটনিত একো নহয় জুবিনৰ। জুবিনদাৰো যে কৰ'বাত দোষ নহব সেইটো নহয়, কিন্তু তেওঁ নিজক চম্ভালিব জানে, যিমানেই বিতৰ্ক হয়, সিমানেই তেওঁৰ জনপ্রিয়তা বাঢ়ি হে গৈছে। যিবোৰ শব্দ ঘৰত সাধাৰণ ভাবে ব্যবহাৰ কৰা হয়, সেইবোৰ জুবিনে অসমত ৰাজহুৱা ভাবে কবলৈও ভয় নকৰে, অসম খনক নিজৰ ঘৰৰ দৰে ভাবে। "তিকা" শব্দটো ব্যবহাৰ কৰাতো তেওঁ কুণ্ঠাবোধ নকৰিলে। কিন্তু সমালোচনা কৰা কেইটাই এটাই সুবিধা পালে যে, নিশিতা বা মহিলা, সেয়ে এতিয়া সিহঁতি নিজক ভদ্র বুজাই আইনৰো ধাৰা উলিয়াই ফুৰিছে। যিমান গাৱ গা হঁত, জুবিন দাই চাগে এতিয়া নিজৰ কামত ব্যস্ত। দুদিন পিছত বেছি কোলাহল দেখিলে চুটিকে উত্তৰ এটা দি থৈ দিব, তাকে ওঁঠ মুখ চেলেকি আকৌ নতুন বিতৰ্ক অহালৈকে বাট চাই থাকিবিহঁত। জুবিনৰ একো ক্ষতি নাই।। জুবিনৰ ঠাইত নিজে কিমান কি কৰিছ তাক ভাবিবি । তাৰ 10% কৰিব পাৰিলেও তহঁত এতিয়া অসমৰ টপত থাকিবি। কাৰণ বহুত ষ্ট্ৰাগল কৰি তেওঁ এতিয়াৰ জুবিন হৈছে। তহঁতৰ দৰে বহুত মানুহ পাই আহিছে তেওঁ, একো কৰিব নোৱাৰ। কিন্তু, জুবিন দাই ভুল কৰিব পাৰে কেতিয়াবা কৰবাত, তেওঁও মানুহ হে। তথাপিও তেওঁৰ স্থান সুকিয়া।জুবিনদাৰ বাহিৰে সেইবোৰ আনে কৰিবও নোৱাৰে। যিমান বিতৰ্ক নাহক,সামৰি লব। তেওঁ unique সকলোতে । জুবিনৰ পজিচনটো ল', যদি সমালোচনা কৰিব মন আছে। দুই শ্ৰেণী পঢ়িলিহঁত বুলিয়ে বহুত ডাঙৰ মানুহ হোৱা নাই। তেওঁৰ 10% মান কামো কৰি ল চোন, তেতিয়া সমালোচনা কৰিব আহিবি। অথচ শোভাপাব। 

জুবিন দা তেজত আছে, গতিকে তেঁওক লৈ অযথা বেছি বকি থাকিলে, গৰম হৈ যায়।। মা-দেউতাক যিমান ভাল পাওঁ, তেওঁক ও সিমান। বেয়া সময়ত তঁহতি মোক মন ভাল নলগাৱ, সাহস নিদিয়হি। দাদাৰ এটা গানেই যথেষ্ট। সৰু বেমাৰটো দৰৱৰ প্ৰয়োজন নাই, দাদাৰ মিউজিক থেৰাপীয়ে যথেষ্ট। বুজি নোপোৱা বোৰে এনেই কামুৰি নাথাকিবি।।

বি:দ্ৰ: ছচিয়েল মেডিয়াত মুখ মেলি কোনেও কাকো জোকাই লব নাহিবি, দাদাক ভালপোৱাৰ অন্ত নাই, আমাক একো গায় লাভ নাই। বেছি দিগদাৰ পালে জুবিন দাৰ ওচৰত গৈ কবি, তেতিয়া চাম তহঁতক। 
মই বিশেষ বহুত নাজানো, কিন্তু জুবিন দাৰ হৈ কিবা কব পাৰো। মই দাদাক অধ্যয়ন কৰো, অনুসৰণ কৰো,। গতিকে বেলেগ নাজানিলেও তেওঁৰ বিষয়ে জানো। এনেই আকৌ কোনেও মোক কামুৰিব নাহিবি। একো গাত নালাগে।।। জয় জুবিন দা।  দাদাক ভালপোৱা সকলে লাইক এটা হলেও কৰি যাবা। 
এজন মানুহ, এটা নাম আৰু এসাগৰ মৰম ভালপোৱা । বিতৰ্ক সমালোচনাৰ উৰ্ধত মানুহ জনৰ প্ৰতি ভালপোৱা নকমে ।  দি আছা গানৰ তুমি তেজাল প্ৰেমৰ বাণী যিয়ে জীৱনৰ তৃতীয় এলবামত গাইছিল , মোৰ গানে আনে বহুতো প্ৰকাশ পোৱা  নোপোৱা মনৰ জোনাক

           মোৰ গানে দিব নতুন ভাষা,  নতুনৰ জোনাক নতুন বিকাশ ।

তুমি অবিহনে মায়া  অনামিকা  শিশু বাহীঁ  ৰুণজুন  মুখা পাখি  মা  উন্মনা  অভিমানী  জোনাকি মন দিলৰুৱা ৰক নাহৰ সোনাৰু  মেঘৰ বৰণ হিয়ামন চিলা  সকলো শূন্যতা 

       দিচা তুমি হিয়া দিয়া নিয়া, তুমি মোৰ মাথো মোৰ , দাগ, নায়ক, অধিনায়ক, অগ্নিসাক্ষী, কন্যাদান, প্ৰেম আৰু প্ৰেম, প্ৰিয়া মিলন, যুমন 
 সুমন, বাৰুদ, দিনবন্ধু, মনযায়, গানে কি আনে, মিচন চাইনা, প্ৰিয়াৰ প্ৰিয় , The underworld, কাঞ্চনজংঘা, ৰত্নাকৰ, দৰে ছবিত সুৰৰ মাতাল ৰাগী ।

      এৰাতিত ৩৬ টা গান ৰেকৰ্ড কৰা গানৰ পাগল সেই জুবিন গাৰ্গ জনক কেতিয়াবা মিছ কৰোঁ নিৰ্জনতাত থকা সৃষ্টিশীল জুবিন গাৰ্গ জনক বিচাৰোঁ । 
               শেষত আপোনাৰ দৰে বিখ্যাত মই নহয় । কিন্তুু আপোনাৰ কথা ওলালে মোক জনা সকলে মোৰ নামো মনত পেলাই ।❣️ 
    
   শিল্পী আপুনি প্ৰতিটো প্ৰজন্মৰ অতিত , বৰ্তমান আৰু ভবিষ্যত ।🙏❣️🙏

     God bless our heartthrob Zubeen da🥰❣️🙏😍❣️
Previous Post Next Post