Bridge Assamese Movie, Shivarani kalita Beast Actress Award. Kripal Kalita Movie Bridge. Shivarani Kalta Biography.

 

Who Is Sivarani kalita
Shivarani kalita. 

Another good news has come to Assamese cinema.  Shivarani Kalita, lead actress of the much talked about Assamese film Bridge directed by Kripal Kalita, won the Best Actress award at the 4th Otoa Indian Film Festival Awards (OIFFA-2021) held in Canada. 

It may be recalled that the role of Bridge played by Shivarani Kalita, who lives in Dhakuakhana town in lakhimpur district, is challenging, where he had to work like working in the field, running a tap boat in the river. Shivarani had no experience of acting in serials or films before acting in this Assamese film,

We have learnt that Shivarani Kalita acted only in a stage play. The Assamese film Bridge produced by Roma Kumar Das and Sabita Devi has already been invited to more than 28 international film festivals.

৫, Lima das যি নেকি Amis নামৰ অসমীয়া চলচিত্ৰ খনত দুৰদান্ত অভিনয়ৰ জৰিয়তে ভাৰতীয় জনগণৰ আকৰ্ষণ হৈ পৰিছে। 6, Lovlina Borgohain যি নেকি Tokyo Olympic লৈ নিৰ্বাচিত অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ। আৰু অন্যান্য,,,,,।


আচলতে উত্তৰপূৰ্বাঞ্চল লগতে অসমীয়া ছোৱালী সকলৰ গুণ গাই শেষ কৰিব নোৱাৰি। অসমীয়া ছোৱালী সকল শিক্ষা , খেল, অভিনয়, ৰাজনীতি, ছবি নিৰ্মাণ, কবি, সাহিত্য সকলো ক্ষেত্ৰতে আগবঢ়া।


অসমৰ নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কেইগৰাকী মান  প্ৰতিভাশালী অসমীয়া ছোৱালী নাম হৈছে-

একেদৰে অসমৰ নৱ প্ৰজন্মৰ মাজত আটাইতকৈ জনপ্ৰিয় ছোৱালী জনীৰ নাম Diplina Deka.

যাক অসমৰ নৱ প্ৰজন্মৰ crush বুলিও জনা যায়।  যাৰ গানৰ সুৰে অসমৰ নতুন প্ৰজন্মৰ মনত প্ৰেমৰ সাঁকো গড়ে। 

আৰু এইদৰে অসমৰ সাহসী মহিলা সৈনিক কণ্যা মূলা গাভৰু, কনকলতাৰ  ইতিহাসেও  অসমীয়া ছোৱালীক সাহসী তথা উদ্যমী কৰি তোলে।  

অসমীয়া ছোৱালীৰ বিষয়ে ।

অসমীয়া ছোৱালী সকল ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত সাধাৰণ আৰু অতিকৈ মৰমিয়াল। 

অসমীয়া ছোৱালী সকলে নিজৰ সৌন্দৰ্য্যতা বৃদ্ধি কৰিবলৈ বজাৰত উপলব্ধ অত্যধিক সৌন্দৰ্য্যবৰ্ধক সামগ্ৰী ব্যৱহাৰ নকৰে।


কাৰণ উত্তৰপূৰ্বাঞ্চলৰ প্ৰকৃতিয়েই  হৈছে অসমৰ নাৰী সকলৰ সৌন্দৰ্য্যতাৰ আঁৰৰ কাহিনী। 


অসমীয়া ছোৱালী সকলক অসমীয়া ভাষাত Suwali বুলি কোৱা হয়।  তেওঁলোকে পৰিধান কৰা সাজ পোচাক যোৰৰ নাম হৈছে Sador Makhala. অসমীয়া ছোৱালী সকলৰ প্ৰিয় ফুল হৈছে কপৌ। অসমৰ জাতীয় উৎস বিহুৰ সময়ত অসমীয়া নাৰী সকলে চাদৰ মেখেলা, গাম খাৰু আৰু কপৌফুল পৰিধান কৰি বিহু নৃত্য কৰে। 


অসমীয়া ছোৱালী সকলে ব্যৱহাৰ কৰা জনপ্ৰিয় নাম সমূহ।


Xauwali, Podumi, lahori, Minoti, Rangdhali,

অসমীয়া বীৰ মহিলা সৈনিক সকলৰ নাম।


১, মোলা গাভৰু যি নেকি আহোম সৈন্যৰ মূখ্য যুঁজাৰু আছিল। তেওঁ অসমৰ ইতিহাসৰ প্ৰথম গৰাকী সাহসী মহিলা যুঁজাৰু আছিল । লগতে তেওঁক সহযোগ কৰিছিল   Joyanti, Pomila, Lolita নামৰ তিনিগৰাকী অসমীয়া মহিলা যুঁজাৰুৱেও।


২, Joymoti Konwari যি নেকি নিজৰ দেশ আৰু স্বামীৰ সুৰক্ষাৰ বাবে শত্রুৰ হাতত মৃত্যু বৰণ কৰে।


৩, কনকলতা যি নেকি অসমৰ প্ৰথম মহিলা শ্বহীদ।  তেওঁ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামি অসমীয়া নাৰী আছিল।

1. Hima Das.

2. Rima Das.

3. Lovlina Borgohain.

4. Lima Das.

5. Diplina Deka.

6. Nilakshi Neog.

7. Subasana Dutta.


অসমত বিভিন্ন জনগোষ্ঠীৰ ছোৱালী বাস কৰে তাৰে ভিতৰত আহোম জনগোষ্ঠী ছোৱালী, বড়ো জনগোষ্ঠী ছোৱালী, মিছিং জনগোষ্ঠীৰ ছোৱালী, ৰাভা জনগোষ্ঠী ছোৱালী, কাৰ্বি জনগোষ্ঠী ছোৱালী, আৰু বিভিন্ন আছে। যাক একেলগে অসমীয়া জাতিৰ ছোৱালী বুলি কোৱা হয়।

Bridge, who won the award from India at the 51st International Film Festival of India (2020), has won several other international honours. Golden 

Juries won the Best Film in Social Affairs at the International Film Festival, with 16 numbers being awarded best film at the Thrissuru International Film Festival. The news from Shivarani Kalita has excited Assamese film fans as well as the family of Bridge.

Shivarani Kalita Biography:

  • Shivarani Kalita Age 21.
  • Shivarani Kalita Home Town Lakhimpur, Dhakuakhana.
  • Shivarani Kalita Birth place Assam Lakhimpur, Dhakuakhana. 
  • Shivarani Kalita Nick Name Deha.
  • Shivarani Kalita Hobby Acting and Dancing.
Previous Post Next Post