৩৭ বছৰীয়া এজন পুৰুষে জন্ম দিলে এটি কন্যা সন্তান!

শেহতীয়াকৈ সমাজিক মাধ্যমত ভাইৰেল হৈ পৰা  আমেৰিকাত বাস কৰা এজন ট্ৰেন্সজেণ্ডাৰ পুৰুষৰ (American Transgender Man) লগত এক আচৰিত ঘটনা হোৱাৰ খবৰ সকলোতে বিয়পি পৰিছে ।  দৰাচলতে, আমেৰিকাৰ লোকজনে এটি কন্যা সন্তান জন্ম দি সকলোকে আচৰিত কৰি তুলিছে! 

বৰ্তমান মানৱ সমাজত বিজ্ঞান প্ৰয়ুক্তি উন্নতি হৈ অহাৰ লগে লগে, এই মানৱ সভ্যতাত বিভিন্ন   অদ্ভুত কাণ্ড বিষয়ে শুনিবলৈ জানিবলৈ পাও,  যিবোৰ অদ্ভুত কাণ্ডৰ বিষয়ে আমি সাধাৰণতে কল্পনাই কৰিব'লৈকে নোৱাৰো।

তেনে এক অদ্ভুত কাণ্ডই বৰ্তমান সামাজিক মাধ্যমত সাংঘাটিক ধৰণেৰে চৰ্চা লাভ কৰিছে।

আমি জানিবলৈ পোৱা অনুসৰি  শেহতীয়াকৈ আমেৰিকাত বসবাস  কৰা এজন ট্ৰেন্সজেণ্ডাৰ পুৰুষৰ (American Transgender Man) লগত সংঘটিত হ'ল এক অদ্ভুত আচৰিত কাণ্ড। দৰাচলতে, আমিৰিকান লোকজনে এটি কণ্যা সন্তান জন্ম দি বিশ্বৰ মানৱ সভ্যতাক আচৰিত কৰি তুলিছে । 

আমেৰিকা লছ এঞ্জেলছৰ নিবাসী  ৩৭ বছৰীয়া বেনেট কাস্পাৰ উইলিয়াম এজন ট্ৰেন্সজেণ্ডাৰ ব্যক্তি। বেনেট ৭ বছৰ আগলৈকে এগৰাকী  মহিলা আছিল। কিন্তু পিছত তেওঁ  মহিলাৰ পৰা পুৰুষ হবলৈ বিচাৰিলে। ব্ৰেষ্ট, চাৰ্জাৰী কৰি উঠাই দিছিল যদি বেনেটে তেওঁৰ মহিলাৰ ব্যক্তিগত অংশ সলনি কৰা নাছিল । আৰু আমেৰিকাৰ নিবাসী বেনেটে ২০১৭ চনত, মালিক নামৰ এজন পুৰুষক লগ পাইছিল। আৰু তাৰ পিছত তেনেকৈয়ে দুয়ো ইজনে সিজনৰ প্ৰেমত পৰিছিল, লাহে লাহে  তেওঁলোকে বিবাহ সম্পন্ন হোৱাত তেওঁলোকে তেওঁলোকৰ পৰিয়ালক আগুৱাই নিয়াৰ সিদ্ধান্তত উপনীত হৈছিল। 

উল্লেখযোগ্য যে আমেৰিকাৰ বেনেটে শেহতীয়াকৈ সন্তান জন্মৰ সময়ত তেওঁ লগত হোৱা  এক অদ্ভুত অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিছে। বেনেটে সামাজিক মাধ্যমৰ জৰিয়তে কৈছে যে, তেওঁ  চিকিৎসালয়ত থকাৰ সময় খিনিত বহু সংখ্যক লোকে বেনেটক কণ্যা সন্তানটিৰ মাতৃ বুলি সম্বোধন কৰিছিল।  যাৰফলত খঙত অগ্নিশৰ্মা হৈ পৰিছিল বেনেট ।


Previous Post Next Post