এগৰাকী আবেদনময়ী মডেলে ৰাছিয়াৰ সেনাক সামাজিক মাধ্যমত এক আচৰিত প্ৰস্তাৱ আগবঢ়াইছে , পুটিনৰ নিৰ্দেশনা অনুসৰণ নকৰি শান্তিৰ পথে আগবঢ়া সৈনিকসকলৰ সৈতে নৈশ মনোৰঞ্জন কৰিম।
একে নিশাতে বিশ্বযোৰী চৰ্চিত এটা নাম লিলী। ৰাছিয়াৰ সৈন্যক বিতৰ্কিত মন্তব্য আগবঢ়োৱা কোন এইগৰাকী পাপ্তবয়স্ক যৌন আবেদনময়ী মহিলা ? |
ৰাছিয়ান সৈন্যয়ে যুদ্ধ ত্যাগ কৰিলে মোৰ লগত যৌন মনোৰঞ্জন কৰিব পাৰিব বুলি সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট এইগৰাকী সুন্দৰী মহিলাৰ। (ফটো: ইনষ্টাগ্ৰাম/
সুন্দৰী তথা আবেদনময়ী প্ৰাপ্তবয়স্ক মডেল লিলি চামাৰ্চ টুইটাৰত বেড কিটি নামৰ একাউন্টৰ পৰা ৰাছিয়ান সৈন্যলৈ আগবঢ়োৱাই এই আচৰিত প্ৰস্তাৱ।
যাৰ বাবে সুন্দৰী মহিলাগৰাকী বৰ্তমান গোটেই বিশ্বতে চৰ্চা আৰু জনপ্ৰিয়তা বাঢ়িছে। ডেইলী ষ্টাৰৰ নামৰ এক সংবাদ গোষ্ঠীৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা যৌন আবেদনময়ী মহিলাগৰাকীয়ে টুইটাৰ আৰু অন্যান্য সামাজিক মাধ্যমত এনেধৰণৰ যৌন আবেদনময়ী বিতৰ্কিত মন্তব্য পোষ্ট কৰি আহিছে।
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে, যাৰ ফলত পৃথিৱীৰ আন বহুতো দেশতো উত্তেজনা দেখা পোৱা গৈছে । এফালে বিভিন্ন দেশৰ নাগৰিকে ৰাছিয়াক সমালোচনা কৰিছে আৰু আনফালে বহু দেশৰ নাগৰিকে ইউক্ৰেইনক সমালোচনা কৰিছে। সাধাৰণ জনসাধাৰণে সামাজিক মাধ্যমত যুদ্ধ বন্ধ তথা যুদ্ধ বিৰোধিতাৰে প্ৰচাৰ চলাইছে। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ এই প্ৰাপ্তবয়স্ক যৌন আবেদনময়ী মডেল তথা মহিলা গৰাকীয়ো সমান্তৰালকৈ একেটা কাৰণতে আলোচনালৈ তথা সকলোৰে চৰ্চাত আহিছে।
প্ৰাপ্তবয়স্ক সুন্দৰী তথা মেডেল গৰাকীয়ে ৰাছিয়াৰ সৈন্যক তেওঁ কয় যে যদি ৰাছিয়াৰ সৈন্যসকলে ৰাষ্ট্ৰপতি পুটিনৰ বিৰোধিতা কৰে, আৰু যুদ্ধৰ অস্ত্ৰ এৰি শান্তি তথা আলোচনাৰ মাজলৈ আহে তেন্তে তেওঁ এনে কাৰ্য্য কৰা ৰাছিয়ান সৈন্যৰ সৈতে যৌন মনোৰঞ্জন তথা একেলগে নৈশ উদযাপন কৰিব দিব বা তেওঁৰ লগত ৰোমাঞ্চ কৰিব পাৰিব ।
একেদৰে তেওঁ ইউক্ৰেইনত শান্তি পুনৰুদ্ধাৰৰ বাবেও সামাজিক মাধ্যমত আহ্বান জনায়। যোৱা ২৭ ফেব্ৰুৱাৰীত, তেওঁ আন এটা যৌন আবেদনময়ী তথা বিতৰ্কিত টুইট কৰিছিল য'ত তেওঁ ইউক্ৰেন সৈন্যক উদ্দেশি লিখিছিল যে যদি এজন ৰাছিয়ান সৈন্যৰ মৃত্যু হয়, তেন্তে তাই এখন নগ্ন ফটো প্ৰেৰণ কৰিব। যদি এখন ৰাছিয়ান টেংক ধ্বংস কৰা হয়, তেন্তে তেওঁ এটা নগ্ন ভিডিঅ' পোষ্ট কৰিব আৰু যদি এখন বিমান পেলাই দিয়া হয় তেন্তে তেওঁলোকে একেলগে যৌন ৰোমাঞ্চ কৰিব।
প্ৰাপ্তবয়স্ক যৌন আবেদনময়ী মডেল লিলি চামাৰ্চ, যাক টুইটাৰত বেড কিটি বুলি জনা যায়।