চাকৰিৰ বৰষুণ এইবাৰ ২৬৫৪ টা পদ মুকলি।

 সু-খবৰ ১ লাখ নিবনুৱাক চাকৰি।  

অতি শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীলৈ মুকলি কৰা হব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ  ২৬৫৪ টা পদ।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ পিছতে এই দৰে পদ সমূহ মুকলি কৰি দিয়া হৈছে।


পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই ২৬৫৪ পদৰ ভিতৰত  খালি আছে গ্ৰেড ৩ - ১০০৪ টা । আৰু ঠিকা ভিত্তিক ১৩০০ টা আৰু গ্ৰেড ৪ ত ৩৫০ টাকৈ পদ।

Previous Post Next Post