মাৰ্ক্সৰ পৰা সাৱধান, অত্যধিক সময় মাস্ক পৰিধানে কৰিব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষতি।
ইতিমধ্যে সমাজিক মাধ্যমত ভিন্ন চিকিৎসক লগতে বিজ্ঞানীয়ে এই কথা প্ৰকাশ কৰিছে।
▪︎ এনে কি কি অপকাৰীতা আছে যাৰ বাবে অত্যধিক Mask পৰিধানে শাৰীৰিত বিভিন্ন ৰোগ তথা সমস্যা দেখা দিব পাৰে।
১. অত্যধিক সময় MASK পৰিধান কৰিলে CO2 সঠিকভাৱে বাহিৰলৈ ওলাব নোৱাৰা ফলত শৰীৰত অক্সিজেনৰ বিপৰীতে CO2 ৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ফলত শৰীৰৰ ৰক্ত বা তেজ তকচিডলৈ পৰিণত হয় আৰু ইয়াৰ ফলত ব্যক্তিৰ মূৰৰ ঘূৰণি লগতে অচেতন হোৱাৰ সম্ভাৱনা থাকে।
২. Co2 শৰীৰৰ পৰা সঠিকভাৱে বাহিৰলৈ ওলাই নাহাৰ ফলত হৃদযন্ত্ৰৰ ধপ ধপনী বৃদ্ধি পাই ফলত ব্লাড প্ৰেছাৰ বহাৰ সম্ভাৱনা প্ৰকোপ হৈ পৰে। বিশেষকৈ ব্লাড প্ৰেছাৰ থকা ব্যক্তিসকলে ইয়াৰ প্ৰতি অত্যধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা থাকে।
৩. অত্যধিক মাস্ক পৰিধানে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ অভাৱ ঘটাই ফলত মগজুত অক্সিজেনৰ মাত্রা কমি গলে ভিন্ন মানসিক ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা থকা।
৪. শৰীৰত অক্সিজেনৰ অভাৱ আৰু তকচিড ৰ বৃদ্ধিৰ ফলত চুকৰ দৃষ্টি শক্তি লগতে শ্ৰৱণ শক্তি হাস পোৱাৰ সম্ভাৱনা দেখা দিয়ে।
৫. অত্যধিক Mask পৰিধানে শৰীৰত অক্সিজেন হ্রাস আৰু তেজত co2 বৃদ্ধি হোৱাত অনাক্রম্যতা হ্ৰাস পাই ফলত হজম প্ৰক্ৰিয়া লগতে শাৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই ।
৬. অত্যধিক Mask পৰিধানৰ ফলত হোৱা অক্সিজেনৰ অভাৱে শৰীৰৰ পৰা অত্যধিক ঘাম বাহিৰলৈ ওলাই ফলত চালৰ বিভিন্ন ৰোগে দেখা দিয়ে।
কিন্তু বৰ্তমানৰ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একেবাৰে Mask এৰি চলাটোও সমাজ খনৰ বাবে সম্ভাৱ নহয় । সেয়ে আমি Mask ৰ ফলত হোৱা অপকাৰীতা সমূহৰ পৰা কিছু পৰিমাণে নিজকে ৰক্ষা কৰিবলৈ তলৰ নিয়ম কেইটা মানি চলিব লাগিব।
▪︎ কি দৰে Mask ৰ এই সমূহ অপকাৰীতাৰ পৰা নিজকে ৰক্ষা কৰিব?
১. ঘৰতে কপাহী কাপোৰে তৈয়াৰ Mask পৰিধান কৰক।
২. দৌৰ বা কষ্টকৰ কাম কৰা সময়ত কেতিয়াও Mask পৰিধান নকৰিব।
৩. যদি আপোনাৰ আশে পাশে কোনো ব্যক্তি নাথাকে তেন্তে Mask পৰিধান নকৰিব ।
৪. প্ৰলিষ্টাৰ কাপোৰে নিৰ্মিত Mask ৰ পৰা দূৰত থাকক। সৌন্দৰ্য্যৰ নামত বজাৰ উপলব্ধ যিকোনো কঠিন Mask পৰিধানৰ নকৰিব।