Shrinkhal Chaliha is a radical nationalist leader from Assam as well as an important member of the popular nationalist organisation Bir Lachit Sena (Veer Lachit Sena) in Assam.
The series of Shrinkhal Chaliha played an important role in the citizenship revision movement that started in Assam despite several other struggling leaders.
Shrinkhal Chaliha হৈছে অসমৰ এগৰাকী উগ্ৰ জাতীয়তাবাদী নেতা লগতে তেওঁ বৰ্তমান অসমৰ জনপ্ৰিয় জাতীয়তাবাদী সংগঠন বীৰ লাচিত সেনাৰ ( Veer Lachit Sena ) ৰ এজন গুৰুত্বপূৰ্ণ সদস্য।
অসমত আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনি আন্দোলনৰ সময়ত আন বহু কেইজন সংগ্ৰামি নেতাৰ ওপৰিও শৃংখল চলিহা Shrinkhal Chaliha য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
Shrinkhal Chaliha ৰ জন্ম অসমৰ শিৱসাগৰ জিলাৰ Phukan Nagar. উল্লেখযোগ্য যে Shrinkhal Chaliha ৰ বংশধৰ সকলেও অসমীয়া জাতিৰ প্ৰতি অসংখ্য অৱদান আগবঢ়াই আহিছে। প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ( Bimala Prasad chaliha) হৈছে Shrinkhal Chaliha ৰ বংশধৰ একেদৰেই তেওঁৰ পিতৃ Pranabjit Chaliha (Romu) আছিল অসম আন্দোলনৰ এজন সক্ৰিয় সংগ্ৰামি নেতা, অসমীয়া জাতি ৰক্ষাৰ আন্দোলনত সক্রিয় ভুমিকা পালন কৰা এই গৰাকী Pranabjit Chaliha (Romu) য়ে ১২৭ বাৰ কাৰাৰুদ্ধ হব লগা হৈছিল আৰু এইজন মহান স্বাধীনতা সংগ্ৰামিৰ বীৰ পিতৃৰ পুত্র তথা বৰ্তমান সময়ৰ এজন শক্তিশালী সংগ্ৰামি নেতা Shrinkhal Chaliha য়ে তেওঁৰ পিতৃৰ সংগ্ৰামি জীৱনটোৰ পৰা প্ৰেৰণা লাভ কৰিছে । একেদৰেই সকলোৰে পৰিচিত শিক্ষাবিদ, সাহিত্যিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু পদ্মধৰ চলিহাও আছিল Shrinkhal Chaliha বংশধৰ । Shrinkhal Chaliha ৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ওচৰৰে শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ পৰা । তাৰ পৰা তেওঁ দশম শ্ৰেণী উত্তীৰ্ণ হৈ Sivasagar govt Boy's ৰ পৰা H,s উত্তীৰ্ণ হৈ শিৱসাগৰ মহাবিদ্যালয় , জয়সাগৰ পৰা Political Science ত Graduation degree লাভ কৰে।
আৰু তাৰ পিছত উচ্চ শিক্ষা গ্ৰহণৰ বাবে Guwahati University ত LLB বিভাগত শিক্ষা গ্ৰহণ কৰে যদিও সেয়া সম্পূৰ্ণ নহ'ল।
শিৱসাগৰ মহাবিদ্যালয় ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত দুৱাৰ কৈ সাধাৰণ সম্পাদকৰ পদত জয়ী হোৱা এইগৰাকী শক্তিশালী ছাত্র নেতা তথা সংগ্ৰামী পুৰুষৰ ছাত্র সময়ৰ পৰাই তীব্ৰ জাতিয় চেতনাৰে পৰিপূৰ্ণ হৈ পৰিছিল ।
পিছলৈ তেওঁ বিশেষকৈ পিতৃৰ জাতিয় ত্যাগৰ প্ৰতি অনুপ্ৰাণিত হৈ ভিন্ন সময়ত অসমৰ জাতিয় সমস্যা সমূহৰ ওপৰত নিজৰ সংগ্ৰামি কন্ঠৰে যুঁজি আহিছে ,,,।
আৰু বৰ্তমান সময়ত অসমৰ বীৰ যুঁজাৰু পুৰুষ লাচিত বৰফুকনৰ নামেৰে এটা সংগঠনৰ জৰিয়তে অসমৰ ভিন্ন সমাজিক সেৱা আগবঢ়াই আহিছে। উল্লেখযোগ্য যে গুৰুত্বপূৰ্ণ সদস্য হিচাপে শৃংখল চলিহা জড়িত থকা এই বীৰ লাচিত সেনা সংগঠনটোৰ মূলত দাবী কেইটা হৈছে অসমত অসমীয়া ভাষা চলিব লাগিব ইয়াৰ বিপৰীতে অন্য কোনো ভাষাই স্থান পাব নোৱাৰিব, অসমত অসমীয়া খিলঞ্জীয়াৰ ভবিষ্যত সুৰক্ষিত হৈ থাকিব লাগিব, অসমত অনা অসমীয়াৰ দপদপনী চলিব নোৱাৰিব।
উল্লেখযোগ্য যে দেশ কপাই যোৱা অসমৰ নাগৰিকত্ব সংশোধন আইন বিৰোধী আন্দোলনৰ সক্ৰিয় ভূমিকা পালন কৰা এই গৰাকী সংগ্ৰামি যুৱ নেতা শৃংখল চলিহাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সতীৰ্থ সকলৰ সৈতে কেইবাবাৰো কাৰাৰুদ্ধ হব লগা হৈছিল।
উল্লেখযোগ্য কথা এই য়ে গৌৰৱোজ্জ্বল চলিহা পৰিয়ালৰ বৰ্ণিল বহু মহান ব্যক্তিয়ে নিজৰ মাতৃ ভূমি তথা অসমীয়া জাতিৰ হকে সেৱা তথা সংগ্ৰাম কৰি আহিছে। আৰু সেই পৰিয়াল কেন্দ্ৰিক মনোভাৱ তথা সংগ্ৰামি সত্বাটোকে আগত লৈ বৰ্তমান শৃংখল চলিহা আগবাঢ়ি আহিছে।
শৃংখল চলিহাৰ চমু পৰিচয় ।
Shrinkhal Chaliha ৰ বয়স প্ৰায় ৩৭ বছৰ । Shrinkhal Chaliha ৰ জন্ম শিৱসাগৰ জিলাৰ ফুকন নগৰত। Shrinkhal Chaliha ৰ পিতৃৰ নাম Pranabjit Chaliha (Romu) প্ৰাক্তন স্বাধীনতা সংগ্ৰামি। Shrinkhal Chaliha ৰ বংশধৰ বিমলা প্ৰসাদ চলিহা ( প্ৰাক্তন মুখ্যমন্ত্ৰী অসম ) , পদ্মধৰ চলিহা ( শিক্ষাবিদ, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা আন্দোলন মুক্তি যুঁজাৰু) Shrinkhal Chaliha ৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী , ৰাজনীতি বিজ্ঞান। উল্লেখযোগ্য কথা এই য়ে গৌৰৱোজ্জ্বল চলিহা পৰিয়ালৰ বৰ্ণিল বহু মহান ব্যক্তিয়ে নিজৰ মাতৃ ভূমি তথা অসমীয়া জাতিৰ হকে সেৱা তথা সংগ্ৰাম কৰি আহিছে। আৰু সেই পৰিয়াল কেন্দ্ৰিক মনোভাৱ তথা সংগ্ৰামি সত্বাটোকে আগত লৈ বৰ্তমান শৃংখল চলিহা আগবাঢ়ি আহিছে।