কন্ঠশিল্পী জুবিন গাৰ্গৰ এইবাৰ নতুন ৰুপ । বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে জুবিন গাৰ্গক । জন্মলগ্নৰে পৰা ৬ বছৰৰ পাছত প্ৰথম বাৰৰ বাবে বন্ধন বেংকে এগৰাকী বেণ্ড এম্বেচাদৰ সৈতে সম্পকিত হৈছে । উল্লেখযোগ্য যে বেণ্ড এম্বেচাদৰ ৰূপে বন্ধন বেংকত জড়িত হোৱাৰ শুভাৰম্ভনিতে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে কন্ঠ প্ৰদান কৰা এটি বন্ধন বেংকৰ অসমীয়া বিহু সুৰিয়া বিজ্ঞাপন গীত মুকলি কৰে । উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জনে কন্ঠ প্ৰদান কৰা বন্ধন বেংকৰ বিজ্ঞাপন গীতত অসমৰ কলা সংস্কৃতি, নৃত্য গীত, তথা প্ৰাকৃতিক সৌন্দৰ্য্যক স্থান দিয়া হৈছে । ইয়াৰোপৰি জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে কন্ঠ প্ৰদান কৰা বিজ্ঞাপন ভিডিঅ গীতটোত ব্যৱস্থাপনা কৰিছে শ্বেখৰজ্যোতি গোস্বামীয়ে । গীতৰ কথা জনপ্ৰিয় গীতিকাৰ শশাংক সমীৰণ ।
বন্ধন বেংকৰ ব্ৰেন্দ এম্বেচাদৰ ৰুপে জুবিন গাৰ্গ। #Amaraxom
Ankita singh Googly assam