সম্পাদকীয় লেখা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ গড়ৰ তান্দৱ । গছত উঠি প্ৰাণ ৰক্ষা বন কৰ্মীৰ। প্ৰসিদ্ধ অসম গৌৰৱ কাজিৰঙা অভৰাণ্যত এইবাৰ প্ৰকাণ্ড গড়ে চুচা লেলে বন কৰ্মীলৈ। দিনে ৰাতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু জীৱ জন্তুৰ নিৰীক্ষণৰ দায়িত্বত থকা এডল বন কৰ্মী আন দিনবোৰ দৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জিপ গাড়ীৰে পৰিদৰ্শন কৰিবলৈ যোৱাত এজন বন কৰ্মীয়ে গাড়ীৰ পৰা নামি কিছু দূৰত্বত বন নিৰীক্ষণৰ কামত নিয়োজিত হয় থকাৰ সময়তে ঘন বনৰ মাজৰ পৰা বন কৰ্মী জনক কেন্দ্ৰ কৰি এটা প্ৰকাণ্ড গড়ে চুচা লয়। ফলত উপায়ন্তৰ হৈ বন কৰ্মী জনে এডাল গছত উঠি প্ৰাণ ৰক্ষা কৰে। এই সমূহ দৃশ্যমান তেওঁলোকে বন কৰ্মী দলৰ এজনে সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ লগতে সমগ্ৰ বিশ্বতেই এই ভিডিও টো ভাইৰেল হৈ পৰাৰ পৰিপ্ৰেক্ষিত হৈছে।
কাজিৰঙাত গড়ৰ আতংক, প্ৰাণ ৰক্ষা কৰিবলৈ বন কৰ্মী উঠিল গছত।
Ankita singh Googly assam