Political science 1st semester final equation paper.

 3 (Sem-1/CBCS) POL-HG/R    

 2021

(Held in 2022 )


POLITICAL SCIENCE

Paper: POL-HG/RC-1016/1026/1036

Full Marks : 80

Time: 3 hours


The figures in the margin indicate full marks

for the questions

Answer from any one Option

Answer either in English or in Assamese


OPTION- A

Paper: POL-HG/RC-1016

(Introduction to Political Theory)


1. Answer the following as directed : তলত দিয়াসমূহৰ নিৰ্দেশানুসৰি উত্তৰ দিয়া :           1x10=10

(a) Who is the author of the book, On Liberty?

On Liberty গ্ৰন্থখনৰ লেখক কোন ?


22A/452                                                   (Turn Over)


( 2 )


(b) "Democracy is a government in which everyone has a share." Whose definition is this?

(i) Maclver

(ii) Dicey

(iii) Sir John Seeley

(Choose the correct answer)

“গণতন্ত্র হৈছে সকলোৰে অংশ থকা এখন চৰকাৰ।” উক্ত সংজ্ঞাটো কাৰ ?

(i) মেকআইভাৰ

(ii) ডাইচি

(iii) ছাৰ জন চিলি

(শুদ্ধ উত্তৰটো বাচি উলিওৱা)


(c) Who is the author of the book, Politics : Who Gets What, When, and How?

Politics : Who Gets What, When, and How কিতাপৰ লেখক কোন ?

(d) Write one difference between citizen and voter. নাগৰিক আৰু ভোটাৰৰ মাজৰ এটা পার্থক্য লিখা।

(e) "Eternal vigilance is the true price of liberty." Who said this? “চিৰসজাগতাই স্বতন্ত্ৰতাৰ প্ৰকৃত মূল্য।” কথাষাৰ কোনে কৈছিল ?


22A/452                                                  ( Continued )


                    (3)


F) From which Greek word has the term 'politics' been coined? গ্রীক ভাষাৰ কোনটো শব্দৰ পৰা ইংৰাজীৰ 'politics' শব্দটো লোৱা হৈছে?

(g) Socialism supports individual liberty to social equality.

(Write True or False) 


সমাজবাদে সামাজিক সমতাতকৈ ব্যক্তি স্বতন্ত্রতাক সমর্থন কৰে।

(সঁচা নে মিছা লিখা)


(h) In which of his books, Plato gave his idea of Justice? 

(i) Republic: Concerning Justice

(ii) The Laws

(iii) Statesman

(Choose the correct answer ) 

তেওঁৰ কোনখন কিতাপত প্লেট’ ন্যায়ৰ ধাৰণাটো আগবঢ়াইছিল ?

(i) “ৰিপাব্লিক : কনচাৰনিং জাষ্টিচ'

(ii) 'দ্য লজ'

(ii) 'ষ্টেটছমেন’

(শুদ্ধ উত্তৰটো বাচি উলিওৱা)


(i) Write one feature of natural right.

প্রাকৃতিক অধিকাৰৰ এটা বৈশিষ্ট্য লিখা। 

(J) What is the full form of CEDAW? 

CEDAWৰ সম্পূৰ্ণ ৰূপটো কি ?


22A/452                                                   (Turn Over)


                   ( 4 )


2. Answer the following questions (any five) : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো পাঁচটা) :    2x5 = 10


(a) Name any two elements of politics. ৰাজনীতিৰ যি কোনো দুটা উপাদান লিখা।

(b) Write two conditions for the success of democracy.

গণতন্ত্ৰৰ সাফল্যৰ দুটা চৰ্ত লিখা।

(c) Mention two human rights.

দুটা মানৱ অধিকাৰ উল্লেখ কৰা ।"

(d) Name two civil society organizations. 

দুটা নাগৰিক সমাজ সংস্থাৰ নাম লিখা।

(e) rawar Write two arguments in favour of gender equality. 

লিংগ সমতাৰ সপক্ষে থকা দুটা যুক্তি লিখা।

(f) Mention two features of procedural democracy.

প্ৰক্ৰিয়াত্মক গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

3. Write short notes on any four of the following :     5 × 4 = 20

তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা :

(a) Principle of Fairness ন্যায্যতাৰ নীতি

(b) Relevance of Political Theory ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিকতা


22A/452                                                   ( Continued)


                    (5)


(c) Economic Rights অর্থনৈতিক অধিকাৰ

(d) Civil Society নাগৰিক সমাজ

(e) Global Citizenship বিশ্ব নাগৰিকত্ব

(F) Protective Discrimination সুৰক্ষামূলক বৈষম্য


4. Answer the following questions :       10x4=40

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা :

(a) "Politics is both an end as well as a means." Examine. 

“ৰাজনীতি এটা লক্ষ্যও আৰু এটা উপায়ো।” পৰীক্ষণ     কৰা ।


Or / অথবা


What is political theory? Discuss its various types.                3+7=10

ৰাজনৈতিক তত্ত্ব কি ? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা।

(b) Define citizenship. Highlight on the qualities of good citizens. 

নাগৰিকত্বৰ সংজ্ঞা দিয়া। সু-নাগৰিকসকলৰ গুণসমূহৰ ওপৰত আলোকপাত কৰা।                   2+8=10


22A/452                                                   (Turn Over)


(6)


Or / অথবা

Briefly discuss the origin and evolution of the idea of democracy. 

“গণতন্ত্ৰৰ ধাৰণাটোৰ উদ্ভৱ আৰু ক্ৰমবিৱৰ্তনৰ বিষয়ে সংক্ষিপ্তভাৱে আলোচনা কৰা ।             10

(c) Discuss the concept of theorizing politics. ৰাজনীতিৰ তাত্ত্বিকীকৰণৰ সম্পৰ্কে আলোচনা কৰা       10

Or / অথবা

To what extent is State intervention justified in the institution of family? Comment.

পৰিয়াল অনুষ্ঠানটোত কিমান দূৰলৈ ৰাষ্ট্ৰৰ হস্তক্ষেপ যুক্তিসংগত? মন্তব্য দিয়া ।

(d) Is democracy compatible with economic growth? Give reasons. গণতন্ত্র আর্থিক সমৃদ্ধিৰ লগত সামঞ্জস্যপূর্ণ হয়নে? কাৰণ দর্শোৱা ।                10

Or / অথবা

Discuss the arguments for and against censorship. পৰীক্ষণৰ সপক্ষে আৰু বিপক্ষে থকা যুক্তিসমূহৰ আলোচনা কৰা ।


22A/452                                                  ( Continued) 


(7)

OPTION – B

Paper: POL-HG-1026

( Politics in North-East India )


1. Answer the following questions : | 1×10 = 10 তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা :

(a) In which year was the Yandaboo Treaty signed? 

কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?

(b) Who is the author of the book, Sons of the Soil: The Politics of Scarcity? 

Sons of the Soil : The Politics of Scarcity নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

(c) In which year was the State of Meghalaya created as a separate State? DEB কোন চনত মেঘালয়ক সুকীয়া ৰাজ্য হিচাপে মান্যতা দিয়া হৈছিল ?

(d) What is the full form of NEFA? NEFA শব্দটোৰ সম্পূৰ্ণ ৰূপটো কি ?

(e) Who was the first Speaker of Assam Legislative Assembly? অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল ?


22A/452                                                  ( Turn Over)


(8)


(F) Who wrote the book, Planter-Raj to Swaraj? 

Planter Raj to Swaraj নামৰ কিতাপখন কোনে লিখিছিল ?

(g) In which year was AFSPA imposed in Manipur?

কোন চনত AFSPA মণিপুৰত বলৱৎ কৰা হৈছিল ?

(h) In which year was the language movement started in Assam? অসমত ভাষা আন্দোলন কোন চনত আৰম্ভ হৈছিল ?

(i) Name one political party of Manipur. মণিপুৰৰ এটা ৰাজনৈতিক দলৰ নাম লিখা।

(ii) What is the full form of IMDT? IMDT শব্দটোৰ সম্পূৰ্ণ ৰূপটো কি ?

2. Answer the following questions very briefly (any five) : 

তলত দিয়া প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা (যি কোনো পাঁচটা) :                                                                2x5=10

(a) Name two insurgent North-East India. groups উত্তৰ-পূব ভাৰতৰ দুটা বিদ্ৰোহী সংগঠনৰ নাম লিখা।

(b) Name two plain tribes of Assam. অসমৰ দুটা ভৈয়াম জনজাতিৰ নাম লিখা।


22A/452                                               ( Continued)


(c) Name two hill tribes of Manipur.

মণিপুৰৰ দুটা পাহাৰীয়া জনজাতিৰ নাম লিখা।

(d) Name two countries North-East India. bordering

উত্তৰ-পূব ভাৰতৰ সীমান্তবর্তী দুখন দেশৰ নাম লিখা ।

(e) Mention two regions identified as partially excluded areas. 

উত্তৰ-পূবৰ আংশিকভাৱে পিছপৰা এলেকা হিচাপে চিনাক্ত দুটা অঞ্চলৰ নাম লিখা।

(F) Name two groups of refugees arising out of partition of Assam from Sylhet district.

অসমৰ পৰা চিলেট জিলাৰ পৃথকীকৰণৰ ফলত সৃষ্টি হোৱা দুটা শৰণাৰ্থী গোষ্ঠীৰ নাম উল্লেখ কৰা ।

3. Write short notes on (any four) :

চমু টোকা লিখা (যি কোনো চাৰিটা)                  5x4=20

(a) Bhimbor Deori ভীমবৰ দেউৰী

(b) Inner Line System Inner Line ব্যৱস্থা

(c) Problem of Immigration in Assam অসমৰ অনুপ্ৰবেশৰ সমস্যা

22A/452                                          (Turn Over)


( 10 )


(d) The Citizenship Amendment Act, 2019 নাগৰিকত্ব সংশোধনী আইন, ২০১৯

(e) Plain Tribals Council of Assam অসম ভৈয়াম জনজাতি পৰিষদ

(Refinery Movement in Assam অসমৰ ৰিফাইনেৰী আন্দোলন

4. Answer the following questions ( any four) : 

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা (যি কোনো চাৰিটা) :       10x4=40

(a) Discuss the geo-political features of North-East India. 

উত্তৰ-পূব ভাৰতৰ ভূ-ৰাজনৈতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।

(b) Discuss the impact of grouping schemes in political consolidation of undivided Assam.

অবিভক্ত অসমৰ ৰাজনৈতিক একত্ৰীকৰণৰ ক্ষেত্ৰত গ্রুপিং স্কিমৰ প্ৰভাৱ আলোচনা কৰা ।

(c) Discuss the role of Assamese iddle class in the political process of North-East India.

উত্তৰ-পূব ভাৰতৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ ভূমিকা পৰ্যালোচনা কৰা ।

22A/452                                             ( Continued) 

( 11 )


(d) Discuss briefly the causes for the emergence of regional political parties in Assam.

অসমত আঞ্চলিক ৰাজনৈতিক দলৰ বিকাশৰ কাৰণসমূহ

চমুকৈ আলোচনা কৰা।

(e) Discuss the role of civil society in resolving the problem of insurgency in Assam.

অসমত উগ্রবাদী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নাগৰিক সমাজৰ ভূমিকাৰ মূল্যায়ন কৰা।

f) Discuss the causes of the rise of the problem of insurgency in Nagaland.

নাগালেণ্ডৰ উগ্রবাদী সমস্যাৰ সৃষ্টিৰ কাৰণসমূহ আলোচনা কৰা।

(g) Discuss briefly the causes autonomous movement in Assam. of

অসমৰ স্বায়ত্তশাসিত আন্দোলনৰ কাৰণসমূহ উল্লেখ কৰা।

(h) Examine the trends of emerging coalition politics in Assam. অসমৰ মৰ্চা ৰাজনীতিৰ শেহতীয়া ধাৰাৰ বিষয়ে পর্যবেক্ষণ কৰা।

22A/452                                                  (Turn Over)


( 12 )

OPTION - C

Paper: POL-HG-1036

(Governance: Issues and Challenges)


1. Answer the following questions : তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা :    1 × 10 = 10

(a) Which is the first country to adopt green

governance? সেউজ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰথমখন দেশ কোনটো আছিল ?

(b) What is global commons? বিশ্বৰ উমৈহতীয়া সম্পদ মানে কি বুজা ?

(c) Write the full form of GDI.

GDIৰ সম্পূৰ্ণ ৰূপটো লিখা । (d) When was the MDG implemented?

কিমান চনত MDG গ্ৰহণ কৰা হৈছিল ?

(e) In which year was the Right to Information Act implemented? কিমান চনত তথ্য জনাৰ অধিকাৰ আইনখন বলৱৎ কৰা হৈছিল ?

Which was the first country to adopt Citizen's Charter? নাগৰিক চনদ গ্ৰহণ কৰা বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ কোনখন ?

22A/452                                          (Continued)


( 13 )

(g) What is the full form of HFC? HFCৰ সম্পূৰ্ণ ৰূপটো কি ?

(h) What is the full form of UNDP? 

UNDPৰ সম্পূৰ্ণ ৰূপটো কি ?

(i) Name one environmental protection. 

পৰিবেশ সংৰক্ষণৰ বাবে গঠিত বিশ্ব মঞ্চ এখনৰ নাম লিখা।

(j) In which year was the SDG adopted? 

SDG কিমান চনত কাৰ্যকৰী কৰা হৈছিল 2

2. Write any five of the following very briefly :       2x5=10

তলত দিয়া প্ৰশ্নবোৰৰ যি কোনো পাঁচটাৰ অতি চমু উত্তৰ দিয়া :

(a) Mention two features of civil society. নাগৰিক সমাজব দুটা বৈশিষ্ট্য লিখা।

(b) Write two features of globalization. গোলকীকৰণৰ দুটা বৈশিষ্ট্য লিখা।

(c) Write two decisions/resolutions adopted at Stockholm Conference.
Stockholm সম্মিলনত গ্ৰহণ কৰা দুটা নীতি উল্লেখ কৰা ।

22A/452                                             ( Turn Over )

( 14 )

(d) What is LPG?

LPG বুলিলে কি বুজা ? (e) What is good governance? সুশাসনৰ ধাৰণাটো কি ?

S What is E-Governance? E-Governance মানে কি ?

3. Write short notes on any four of the following :                                                                    5x4 = 20

তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা :

(a) Impact of Globalization গোলকীকৰণৰ প্ৰভাৱ

(b) Sustainable Development বহনক্ষম উন্নয়ন

(c) Corporate Social Responsibility সমবায় সামাজিক দায়বদ্ধতা

(d) New Public Management নব্য লোকপ্রশাসন ব্যৱস্থাপনা

(e) Importance of Civil Service অসামৰিক সেৱাৰ গুৰুত্ব

22A/452                                                   (Continued)

( 15 )

4. Answer the following questions (any four) :        10×4=40 
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা (যি কোনো চাবিটা) :

(a) Examine briefly the role of State in the age of globalization. 

বিশ্বায়নৰ বাতাৱৰণত ৰাষ্ট্ৰৰ ভূমিকা সম্পর্কে চমুকৈ

আলোচনা কৰা ।

(b) "Big river dams is a potential threat to human civilization.

" Explain. “বৃহৎ নদীবান্ধ মানৱ সভ্যতাৰ প্ৰতি এটি ভাবুকি।”

ব্যাখ্যা কৰা ।

(c) What is democratic decentralization? How does it ensure participation in governance? peoples' গণতান্ত্রিক বিকেন্দ্ৰীকৰণ কি?

গণতান্ত্রিক বিকেন্দ্রীকৰণে কেনেদৰে শাসনকার্যত জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰোঁ?

(d) What is green governance? How far is it feasible?

সেউজ শাসন মানে কি ? কিমান পৰিমাণে ই বাস্তৱধৰ্মী ?

(e) Discuss the basic resolutions adopted by the Rio Earth Summit in 1992. ১৯৯২ চনৰ বিশ্ব ধৰিত্ৰী সন্মিলনৰ মূল সিদ্ধান্তসমূহ আলোচনা কৰা।

22A/452                                                   (Turn Over) 

( 16 )

Discuss briefly about development index. মানৱ উন্নয়নৰ সূচাংকৰ বিষয়ে চমুকৈ আলোচনা কৰা। the human

(g) What is displacement? How does development generate displacement? বিতাড়ন কি? উন্নয়নে কিদৰে বিতাড়নক উৎসাহিত কৰোঁ, চমুকৈ আলোচনা কৰা।

(h) How does good governance ensure strengthening democracy? সুশাসনে কিদৰে গণতান্ত্রিক শাসন ব্যৱস্থাক শক্তিশালী কৰে, আলোচনা কৰা ।

Previous Post Next Post