ঘৰতে বনাই সেৱান কৰক এই সমূহ চৰপত | কৰোণা আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ সেৱাণ কৰক।

গৰম দিন কেইটা আহি যোৱাৰ লগে লগে অত্যধিক উষ্ণতাই শৰীৰক অতিকৈ কষ্ট দিয়ে । ইয়াৰ ফলত আমাৰ শৰীৰটোত দেখা দিয়ে নানান বেমাৰ আজাৰ।  অত্যধিক ঘমাৰ ফলত আমাৰ শৰীৰত ডিহাইড্রেচন সততে হোৱা দেখা পোৱা যায়। ইয়াৰ উপৰিও অত্যধিক পেট গৰম হৈ থকা অসুবিধাৰো সন্মুখীন হয়। গতিকে  এই গৰম দিনত হোৱা শাৰীৰিক সমস্যা সমুহৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰতে উপলব্ধ বিভিন্ন ঘৰুৱা তথা থলুৱা ফল ফলহা যেনে : বেল, থেকেৰা, ভীমকলক, নেমুৰ আদিৰ পৰা প্ৰস্তত কৰা বিভিন্ন জুলীয়া শীতল পানী  সেৱন কৰো।

শীতল পানী

 কাৰণ প্ৰাকৃতিক ভাৱে উপলব্ধ এই সমূহ আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। সেয়ে এই সমূহ গ্ৰহন কৰি থকাৰ উপৰিও আমি তলত উল্লিখিত কৰা জুলীয়া শীতল পানী কেইবিধো গৰম দিনত আমাৰ শৰীৰটোৰ বাবে অতিকৈ লাভ জনক । লগতে তলত উল্লেখ কৰা    জুলীয়া শীতল পানী কেইবিধে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। যি নেকি বৰ্তমানৰ বিশ্ব বিয়পি কৰ'না মহামাৰীৰ পৰা ৰক্ষা পাবলৈ অত্যন্ত জৰুৰী।

▪︎বাটাৰমিল্ক: সহজ ভাৱে কবলৈ হলে দৈৰ ঘোল বা দৈ পানী। মেগনেচিয়াম, প্ৰটিন, ভিটামিন, পটেছিয়াম, আইৰন আদিৰে ভৰপূৰ।  এই জুলীয়া শীতল পানী গৰমৰ দিন কেইটাত আমাৰ  শৰীৰটোৰ বাবে অতিকৈ ভাল। ই আমাৰ শৰীৰটোৰ বাবে প্ৰয়োজনীয় কেলৰি আৰু পুষ্টি যোগান ধৰিব পাৰে। গৰমৰ মাহ কেইটাত আমাৰ শৰীৰত সৃষ্টি হোৱা ডিহাইড্রেচনৰ সমস্যা সমৃহৰ বাবে এই শীতল জুলীয়া শীতল পানী অত্যধিক লাভজনক। ই আমাৰ শৰীৰত পানীৰ ঘাটি পূৰণ কৰে। আমাৰ শৰীৰটো অত্যধিক গৰমৰ পৰা ঠাণ্ডা কৰি ৰাখে। ইয়াৰোপৰি ই আমাৰ শৰীৰৰ হজম শক্তি বৃদ্ধি কৰে। গৰম দিনত কেতিয়াবা আমি অত্যধিক জ্বলা পোৰা জাতিয় খাদ্য খাই হজম কৰিব নোৱাৰিলে, আৰু পেট গৰম হৈ থাকিলে ইয়াক সেৱণ কৰিলে আৰাম পোৱা যায়। যি সকল লোকৰ গেছ, এচিডিটি আদি সমস্যা আছে তেওঁলোকৰ বাবে এই পানীয় অতি লাভদায়ক। উচ্চ ৰক্তচাপ,  হৃদ ৰোগী, মধুমেহ, ৰোগীয়েও নিৰ্ভয় মনে ইয়াক সেৱন কৰিব পাৰে। শৰীৰৰ অপকাৰী বেক্টেৰিয়া নাশ কৰে। খাদ্য গ্ৰহণ কৰাৰ পাছত এই পানীয় খালে সোনকালে আহাৰ হজম হয়।গৰম দিনত শৰীৰ জুৰ পেলোৱাৰ ই এক উত্তম পানীয় ।

তৈয়াৰ কৰা বিধি: ২ চামুচ দৈ, আৰু ডেৰ গিলাচ পানী লৈ ভাল দৰে ফেটি অলপ সময় থৈ দিব লাগে। ( দৈ খিনি ঘৰত পতা হ'লে বেছি ভাল , নহলে কিনা দৈও ব্যৱহাৰ কৰিব পাৰিব।  উচ্চ ৰক্তচাপ,  হৃদ ৰোগ, মধুমেহ ৰোগৰ বাবে সৰ বিহীন দৈ ল'ব লাগে)। তাৰ পাছত  দৈ খিনি চেকি বা ইচ্ছা কৰিলে চেকি নললেও হয়,  তাৰ লগত ক'লা নিমখ বা সন্ধ্যা নিমখ, ঘৰত তৈয়াৰ কৰা জিৰা আৰু চফৰ গুৰি, পদিনা , তুলসী, অকন মান তেলত ভাজি লোৱা আদা আৰু নৰসিংহৰ পাত আদি মিলাই ল'ব পাৰে।

▪︎আমলখি আৰু গুৰৰ পানীয় : আমলখি ভিটামিন C ৰে ভৰপূৰ এক ফল। গুৰ হৈছে গেছ, এচিডিটি , আইৰনৰ মহৌষধ। সেই ফালৰ পৰা এই দুয়োবিধেই  আমাৰ শৰীৰৰ বাবে অতি লাভদায়ক। লগতে এই পানীয়ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গৰমৰ দিনত দেখা দিয়া ডিহাইড্রেচন, পেটৰ সমস্যা, শৰীৰৰ জ্বলা পোৰা কৰা সমস্যা , পেট গৰম হৈ থকা সমস্যা বোৰ নাইকীয়া কৰে। 

তৈয়াৰ কৰাৰ বিধি: আমলখিৰ ৰস উলিয়াই  চেকি ল'ব লাগে। কেৰাহীত গুৰ খিনি অকনমান পানী দি গলাই লৈ তাৰ লগত আমলখিৰ ৰস খিনি মিলাই ল'ব লাগে। আমলখি ৰসৰ লগত গুৰ খিনি মিলি গ'লে নমাই ঠান্ডা হ'বলৈ  দিব লাগে।  ঠান্ডা হ'লে এটা গিলাচত তুলসীৰ পাত , পদিনা পাত থেতেলীয়াই  দি তাৰ পিছত আমলখি গুৰৰ কাঢ়াৰ 1/4 ভাগ দি পানী দিব লাগে।  ইচ্ছা কৰিলে অকনমান ক'লা নিমখ বা সন্ধ্যা নিমখ মিলাই ল'ব পাৰে। 

নেমু আদা আৰু হালধিৰ পানীয় : ভিটামিন C আৰু এণ্টি-অক্সিডেণ্ট গুনেৰে ভৰপূৰ এই চৰবত গৰমৰ দিনৰ আন এক উল্লেখযোগ্য উপাদান।  ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে গৰমৰ দিনত দেখা দিয়া বিভিন্ন সমস্যা সমূহ লাঘব কৰে। 

 তৈয়াৰ কৰাৰ বিধি : প্ৰথমে নেমুৰ ৰস উলিয়াই ল'ব লাগে।  এতিয়া মিক্সাৰত নেমুৰ ৰস , এগিলাচ পানী, আদাৰ সৰু টুকুৰা অলপ থেতেলীয়াই আৰু হালধি তিনি - চাৰিচকল কাটি দিব লাগে, ক'লা বা সন্ধ্যা নিমখ দি ফেটি চেকি লৈ এই পানীয় তৈয়াৰ কৰিব পাৰি। ইচ্ছা কৰিলে তুলসী,পদিনা আদি দি ল'ব পাৰে।

▪︎চাটু গুৰিৰ চৰবত : গৰমৰ দিনৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী পানীয় বিধেই হৈছে চাটু গুৰিৰ চৰবত। ই পেট ঠান্ডা কৰি ৰাখে। কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে ।শৰীৰৰ বেয়া কলেষ্ট্রৰল বাহিৰ কৰে। শৰীৰৰ পৰা অতিৰিক্ত ঘাম ওলালে এই পানীয় খালে আৰাম পোৱা যায়। গৰমৰ দিনত সততে দেখা দিয়া পেটৰ সমস্যা সমূহ দূৰ কৰে। মধুমেহ ৰোগী, উচ্চ ৰক্তচাপ ৰোগীয়েও এই চৰবত খাব পাৰে।

তৈয়াৰ কৰাৰ বিধি: ঘৰত তৈয়াৰ কৰা  নতুবা বজাৰৰ পৰা কিনা চাটুৰ (বুট) গুৰি এটা গিলাচত তিনি চামুচ ল'ব লাগে। ক'লা বা সন্ধ্যা নিমখ , ঘৰত তৈয়াৰ কৰা জিৰাৰ গুৰি, আদা অকনমান থেতেলীয়াই,  নেমুৰ ৰস চেপি পানী মিলাই তৈয়াৰ কৰিব পাৰি।  তৈয়াৰ কৰাৰ বিধি: ঘৰত তৈয়াৰ কৰা  নতুবা বজাৰৰ পৰা কিনা চাটুৰ (বুট) গুৰি এটা গিলাচত তিনি চামুচ ল'ব লাগে। ক'লা বা সন্ধ্যা নিমখ , 

ওপৰত উল্লেখ কৰাতৈয়াৰ কৰাৰ বিধি: ঘৰত তৈয়াৰ কৰা  নতুবা বজাৰৰ পৰা কিনা চাটুৰ (বুট) গুৰি এটা গিলাচত তিনি চামুচ ল'ব লাগে। ক'লা বা সন্ধ্যা নিমখ , 

ওপৰত উল্লেখ কৰা চৰবত সমূহ মধুমেহ,  উচ্চ ৰক্তচাপ,  হৃদ ৰোগৰ সমস্যাত  চৰবত সমূহ মধুমেহ,  উচ্চ ৰক্তচাপ,  হৃদ ৰোগৰ সমস্যাত ভোগা লোক সকলেও গ্ৰহণ কৰিব পাৰে। কেৱল বাটাৰ মিল্ক হাড়ৰ বিষ, গাঠিৰ বিষত ভূগি থকা লোকসকলৰ বাবে অচৰবত সমূহ মধুমেহ,  উচ্চ ৰক্তচাপ,  হৃদ ৰোগৰ সমস্যাত ভোগা লোক 

ওপৰত উল্লেখ কৰা চৰবত সমূহ মধুমেহ,  উচ্চ ৰক্তচাপ,  হৃদ ৰোগৰ সমস্যাত ভোগা লোক সকলেও গ্ৰহণ কৰিব পাৰে। কেৱল বাটাৰ মিল্ক হাড়ৰ বিষ, গাঠিৰ বিষত ভূগি থকা লোকসকলৰ বাবে অপকাৰী। ইয়াৰ উপৰিও ওপৰত দিয়া পৰিমান এজনৰ জোখাৰেহে দিয়া হৈছে।  ব্যক্তিৰ অনুপাতে পৰিমান বঢ়াই ল'ব লাগে।

তৈয়াৰ কৰাৰ বিধি: ঘৰত তৈয়াৰ কৰা  নতুবা বজাৰৰ পৰা কিনা চাটুৰ (বুট) গুৰি এটা গিলাচত তিনি চামুচ ল'ব লাগে।কেৱল বাটাৰ মিল্ক হাড়ৰ বিষ, গাঠিৰ বিষত ভূগি থকা লোকসকলৰ বাবে অপকাৰী। শৰীৰৰ পৰা অতিৰিক্ত ঘাম ওলালে এই পানীয় খালে আৰাম পোৱা যায়। গৰমৰ দিনত সততে দেখা দিয়া পেটৰ সমস্যা সমূহ দূৰ কৰে। মধুমেহ ৰোগী, উচ্চ ৰক্তচাপ ৰোগীয়েও এই চৰবত খাব পাৰে।

ৰোগীয়েও নিৰ্ভয় মনে ইয়াক সেৱন কৰিব পাৰে। শৰীৰৰ অপকাৰী বেক্টেৰিয়া নাশ কৰে। খাদ্য গ্ৰহণ কৰাৰ পাছত এই পানীয় খালে সোনকালে আহাৰ হজম হয়।গৰম দিনত শৰীৰ জুৰ পেলোৱাৰ ই এক উত্তম পানীয় ।

▪︎আমলখি আৰু গুৰৰ পানীয় : আমলখি ভিটামিন C ৰে ভৰপূৰ এক ফল। গুৰ হৈছে গেছ, এচিডিটি , আইৰনৰ মহৌষধ। সেই ফালৰ পৰা এই দুয়োবিধেই  আমাৰ শৰীৰৰ বাবে অতি লাভদায়ক। লগতে এই পানীয়ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গৰমৰ দিনত দেখা দিয়া ডিহাইড্রেচন, পেটৰ সমস্যা, শৰীৰৰ জ্বলা পোৰা কৰা সমস্যা , পেট গৰম হৈ থকা সমস্যা বোৰ নাইকীয়া কৰে। কাৰণ প্ৰাকৃতিক ভাৱে উপলব্ধ এই সমূহ আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। সেয়ে এই সমূহ গ্ৰহন কৰি থকাৰ উপৰিও আমি তলত উল্লিখিত কৰা জুলীয়া শীতল পানী কেইবিধো গৰম দিনত আমাৰ শৰীৰটোৰ বাবে অতিকৈ লাভ জনক । লগতে তলত উল্লেখ কৰা    জুলীয়া শীতল পানী কেইবিধে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। যি নেকি বৰ্তমানৰ বিশ্ব বিয়পি কৰ'না মহামাৰীৰ পৰা ৰক্ষা পাবলৈ অত্যন্ত জৰুৰী

Previous Post Next Post