১২ হাজাৰকৈ টকা শিক্ষাৰ্থীলৈ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰ বিশেষ ঘোষণা।

Googlyassam

সম্পাদকীয় : এই মূহুৰ্তত সকলোতকৈ ডাঙৰ খবৰটো । ১২ হাজাৰকৈ টকা শিক্ষাৰ্থীলৈ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। প্ৰতিজন ছাত্র ছাত্রীয়ে প্ৰতি বছৰে কেন্দ্ৰিয় চৰকাৰৰ পৰা লাভ কৰিব বছৰি ১২০০০ কৈ টকা। শিক্ষাৰ্থীলৈ ১২ হাজাৰকৈ টকা আগবঢ়াব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে । উল্লেখযোগ্য যে উচ্চ শিক্ষা লাভ আৰু কভিডৰ সময়ত জুৰুলা হোৱা ছাত্র ছাত্রীৰ আৰ্থিক উন্নয়নৰ বাবে এই ঘোষণাষা কেন্দ্ৰীয় চৰকাৰৰ । কেন্দ্ৰীয় চৰকাৰৰ এনে আদৰণীয় পদক্ষেপক সৰ্ব্বতে এতিয়া চৰ্চা লাভ কৰিছে । বিশেষকৈ বিদ্যালয় 

ছাত্ৰ ছাত্ৰী সমূহৰ মাজত। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীৰ পৰা বিচাৰিছে আবেদন । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীলৈ মুকলি কৰিছে এক বিশেষ ৱেবছাইট যাৰ মাধ্যমেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই ধন লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ আৱেদন আগবঢ়াব পাৰিব।  আজিয়েই ছাত্র ছাত্রীয়ে আবেদন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা মুকলি হোৱা মোবাইল এপৰ আৰু ৱেবচাইট madhyamik.assam ডট গভ্ ডট ইনৰ জৰিয়তে এই আৱেদন কৰিব পাৰিব। গুৰুত্বপূৰ্ণ  যে কেৱল অষ্টম শ্ৰেণীত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীহে পাব এই আকৰ্ষণীয়সুবিধা ।  বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই শিক্ষাৰ্থীয়ে পাব ধন । 

এতিয়া আহক জানো আবেদন কৰিবলৈ শিক্ষাৰ্থী সকলৰ কি কি নথি-পত্ৰৰ প্ৰয়োজন হ'ব ?

এই বিষয়ে চৰকাৰে শিক্ষাৰ্থীক অৱগত কৰিছে যে,, শিক্ষাৰ্থীৰ পাৰ্ছপোট আকাৰৰ ফটো আৰু  জাতিগত প্ৰমাণ পত্ৰ লগতে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ প্ৰমাণ পত্ৰ প্ৰয়োজন হব । 

উল্লেখযোগ্য যে শিক্ষাৰ্থীলৈ চৰকাৰে ঘোষণা কৰা এই আৱেদৰ অন্তিম তাৰিখ হৈছে ২০ নবেম্বৰ ২০২১ তাৰিখ পৰ্যন্ত । চৰকাৰে ঘোষণা কৰা এই ধন লাভৰ বাবে শিক্ষাৰ্থী সকলে দুটাকৈ পৰীক্ষাত অৱত্তীৰ্ণ হ'ব লাগিব । চৰকাৰী তথ্য অনুসৰি পৰীক্ষাৰ মাচুল সাধাৰণ আৰু অন্যান্য পিছপৰা সকলৰ বাবে ২০০ টকা । অনুসূচিত জাতি জনজাতিৰ বাবে ১৮০ টকা । আৰু বিশেষভাবে সক্ষম শিক্ষাৰ্থী  সকলৰ বাবে ১০০ টকা মাচুল নিধাৰণ কৰিছে চৰকাৰে । ইয়াৰ বাবে শিক্ষাৰ্থীয়ে অনলাইনযোগে দিব লাগিব আবেদনৰ মাচুল । উল্লেখযোগ্য যে  অসমত মুঠ ৮১ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে । অধিক তথ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা ৱেবছাইট বা হেল্প লাইন  ৯৪৩৫৭-৭৬৭৬৭ ৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰিব । অনতিপলমে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰিব এই বিশেষ পৰীক্ষা । আৰু এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে প্ৰতি বছৰে ১২০০০ কৈ ধন লাভ কৰিব চৰকাৰৰ পৰা । 

লগতে পঢ়ক: প্ৰেমে নুবুজে বয়সৰ সীমা শিক্ষয়ত্রী ছাত্রৰ প্ৰেম।

Previous Post Next Post